Thursday, August 22, 2013

REPENTANCE

One gloomy night
The souls weep
Fidelity held high
I longed for the snow moon ....

The twilight curses,
Ego perishes..
Wits pulled back
In solemn repentance

Expectations frozen
-Life a satire
Fear of cost
Conquers my desire

The hues shuddered
Pushed me behind for remorse
I hurt a trusted soul
Pulverising me now, the alter ego...

Tuesday, July 23, 2013

চিষ্টেম


আকাশখন চুই চালো
হাতেৰে
ইলেক্ট্রিক চাৰ্কিতত
কটা গ’ল দুহাত,
এতিয়া মই এটা ৰ’বট্

মানুহৰ হাতৰ পুতলা ।।

সপোন বনাম জীৱন


তুমি নদী আছিলা
আৰু এদিন সাগৰ হোৱাৰ কথা আছিল
ৰৌদ্রোজ্বল প্রতিটো পুৱাৰ ছাঁ
তোমাৰ বুকুত জিৰাবহি...

যৌৱনৰ হুমুনিয়াহবোৰৰ নাম থকা হ'লে
এখন আকাশ হ'লোহেতেন
গৰখীয়া মেঘৰ হেন্দোলনিত
পাহৰি গ'লোহেতেন বিজুলীৰ আৰৰ বিষাদ

সম্ভাৱনাৰ দোকমোকালি দিনত তুমি আহিছিলা
বিশ্বাসৰ শেতেলীত ঘুমটিয়াইছিল মোৰ হৃদয়খন
তোমাৰ সাহসত পাৰ হ'ব খোজোঁ অচিনা নদী
সপোনে ভাঙিব খোজে যৌৱনৰ সেতু

কাৰ সূখৰ সন্ধানত বিষাদ হ'ব খোজে মোৰ প্রতিনিয়ত...।।
আকাশ হওক তোমাৰ প্রেম
খহি পৰক মোৰ ভেম।।

Saturday, July 20, 2013

Spring Tide


A seemingly fanatic dusk!

And the catabatic breeze
Whispered to the impeccant moon
Thy eclipsing gusto not to freeze

Yet every spring night

Seems so dumb and wry
Eccentric psyche whirling around
Thou enshrouded in hurting spy.

প্রেমিক


আজি নয়নজুৰি তোমাক চাম
হৃদয়ভৰি ভাল পাম,
কাইলৈ থাকে বা নাথাকে

প্রেমিক চকুহাল।